Aadhaar centres and PFCs for online registration of 18-44 years age category vaccination registration

BONGAIGAON: With the launch of the largest vaccination drive of the 18-44 years age category, the Bongaigaon District Administration has created help desks for online vaccination registration at 50 Aadhaar centres 55 subcentres and 14 Public Facilitation Centres(PFCs) situated across the district. Any person can approach the help centres with their mobile numbers as they will recieve an OTP while online registration, along with documents such as Pancard/Aadhaar/Voter ID or any other relevant documents.
 
In Assamese Version : 

18-44 শ্ৰেণীৰ টিকাকৰণ পঞ্জীয়নৰ বাবে আধাৰ কেন্দ্ৰ আৰু পিএফচি।

১৮-৪৪ বছৰ বয়সৰ শ্ৰেণীৰ লোকসকলৰ সৰ্ববৃহৎ টিকাকৰণ অভিযান আৰম্ভ কৰাৰ সৈতে, অনলাইন পঞ্জীয়নৰ সহায়ৰ বাবে বঙাইগাঁও জিলা প্ৰশাসনে ৫০ তা আধাৰ কেন্দ্ৰ, ৫৫ তা উপকেন্দ্ৰ আৰু ১৪ তা ৰাজহুৱা সুবিধা কেন্দ্ৰত (পিএফচি) সহায়ক স্থান সৃষ্টি কৰিছে। যিকোনো ব্যক্তিয়ে তেওঁলোকৰ ম'বাইল নম্বৰৰ লগতে পেনকাৰ্ড/আধাৰ/ভোটাৰ আইডি বা অন্য যিকোনো সঠিক তথ্যৰ সৈতে সহায় কেন্দ্ৰবোৰৰ ওচৰলৈ যাব পাৰে, কিয়নো তেওঁলোকে তেওঁলোকৰ পঞ্জীভুক্ত ম'বাইল নম্বৰত এটা ওটিপি প্ৰাপ্ত কৰিব। আধাৰ কেন্দ্ৰ আৰু পিএফচিৰ তালিকা ইয়াৰ সৈতে সংলগ্ন কৰা হৈছে।

Post a Comment

Previous Post Next Post