Lockdown : অসমৰ এই তিনি জিলাত আজিৰে পৰা ৯ দিনৰ বাবে সম্পূৰ্ণ লকডাউন

বৰাক উপত্যকাৰ তিনিখন জিলাত আজিৰে পৰা ৯ দিনাৰ বাবে লকডাউন ঘোষণা। পুৱা ৫ বজাৰ পৰা আৰম্ভ হৈছে লকডাউন। কোৰোনা সংক্ৰমণ বৃদ্ধি পোৱাৰ কাৰণে এই লকডাউন ঘোষণা কৰা হৈছে। আনহাতে প্ৰশাসনৰ দাবী, এয়া লকডাউন নহয় বাধানিষেধহে। উল্লেখযোগ্য যে অসমৰ আন কেইবাখনো জিলাৰ লগতে বৰাক উপত্যকাৰ তিনি জিলাতো কোৰোণা মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। প্ৰতিদিনে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা।

Post a Comment

Previous Post Next Post